অসমআঞ্চলিকদৈনিক বাতৰি

গোৰেশ্বৰৰ মাদলবাৰীত চপৰা-চপৰে খহিছে শুক্লাই নৈৰ মথাউৰী

গোৰেশ্বৰৰ মাদলবাৰীত চপৰা-চপৰে খহিছে শুক্লাই নৈৰ মথাউৰী

গোৰেশ্বৰৰ মাদলবাৰীত চপৰা-চপৰে খহিছে শুক্লাই নৈৰ মথাউৰী। এটাৰ পিছত আন এটাকৈ খহিছে নৱ নিৰ্মিত মথাউৰীৰ জিঅ’ বেগ। বিভাগীয় বিষয়া-কৰ্মচাৰীৰ গুৰুত্বহীনতা আৰু ঠিকাদাৰৰ মৈমতালীৰ বাবে নিম্ন মানৰ কাম কৰাৰ অভিযোগ।

মথাউৰীৰ বৃহৎ অংশ নৈয়ে খহাই নিয়াৰ ফলত আতংকিত নৈপৰীয়া ৰাইজ। উক্ত স্থানত মথাউৰী চিঙিলে মুহুৰ্ততে জলমগ্ন হৈ পৰিব গোৰেশ্বৰৰ ৭খনকৈও অধিক গাঁ‌ৱৰ ৰাইজ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

8 − three =

Back to top button