অসমউৎসৱ

বতৰে ম্লান কৰিব এইবাৰ সৰস্বতী পূজাৰ আনন্দ? ৪-৫ ফেব্ৰুৱাৰীত নেৰানেপেৰা বৰষুণ হোৱাৰ সম্ভাৱনা!

আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰা অনুসৰি, ৪-৫ ফেব্ৰুৱাৰীত অসমত নেৰা নেপেৰা বৰষুণ হোৱাৰ সম্ভাৱনা

বতৰে ম্লান কৰিব নেকি এইবাৰ সৰস্বতী পূজাৰ আনন্দ?

আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰা অনুসৰি, ৪-৫ ফেব্ৰুৱাৰীত অসমত নেৰা নেপেৰা বৰষুণ হোৱাৰ সম্ভাৱনা আছে।
কোভিডসৃষ্ট পৰিস্থিতিৰ মাজতে ৰাজ্য চৰকাৰে কোভিড প্ৰট’কল মানি সৰস্বতী পূজা অনুষ্ঠিত কৰাৰ অনুমতি প্ৰদান কৰিছে যদিও অহা ৪ আৰু ৫ ফেব্ৰুৱাৰীত ৰাজ্যজুৰি হ’ব পাৰে বিজুলি–ঢেৰেকনিৰ লগতে নেৰানেপেৰা বৰষুণ। এই দুটা দিনত অসমৰ লগতে উত্তৰ–পূৰ্বাঞ্চলৰ বিভিন্ন প্ৰান্তত বৰষুণ হোৱাৰ সম্ভাৱনা আছে।

বিগত দুটা দিনত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে হোৱা বৰষুণে বৃদ্ধি কৰিছে শীতৰ প্ৰকোপ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twenty − five =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.