অসমঅসম আৰক্ষীদৈনিক বাতৰি

ক’ত হেৰাল লম্পট বিমান ৰয়? আজিও সন্ধান নাই নিলম্বিত OC বিমান ৰয়ৰ

ক’ত হেৰাল লম্পট বিমান ৰয়? আজিও সন্ধান নাই নিলম্বিত OC বিমান ৰয়ৰ

ক’ত হেৰাল লম্পট বিমান ৰয়?

আজিও সন্ধান নাই নিলম্বিত OC বিমান ৰয়ৰ

যোৱা ৪৮ ঘণ্টা ধৰি সন্ধানহীন লম্পট বিমান ৰয়

বিমান ৰয়ৰ সন্ধান দিওতালৈ অসম আৰক্ষীৰ পুৰস্কাৰ

সৰ্বসাধাৰণ জনতাৰ সহায় বিচাৰিলে ক্ষুব্ধ DGPএ

আজিও বিমান ৰয়ক বিচাৰি অভিযান অব্যাহত

নলবাৰী সদৰ থানাত POCSO আইনৰ অধীনত গোচৰ

ইতিমধ্যে চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে বিমান ৰয়ক

শীঘ্ৰে বিমান ৰয়ক গ্ৰেপ্তাৰ কৰাৰ দাবী নলবাৰীবাসীৰ

লকআপত কিশোৰীক উলংগ কৰি তুলিছিল ফটো

২১ জুনৰ নিশা সংঘটিত হৈছিল নিৰ্লজ্জ ঘটনা

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three × 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.