অসমগুৱাহাটীমনোৰঞ্জন

ভাঙিল হাজাৰ হাজাৰ যুৱকৰ হৃদয়! দিপলীনাই বিচাৰি পালে প্ৰিয় জনক !!!

অসমীয়া ছবিজগতৰ মোহময়ী অভিনেত্ৰী তথা গায়িকা দিপলীনা ডেকাক ভাল নোপোৱা মানুহ হয়তো নোলাব।

অসমীয়া ছবিজগতৰ মোহময়ী অভিনেত্ৰী তথা গায়িকা দিপলীনা ডেকাক ভাল নোপোৱা মানুহ হয়তো নোলাব। বিশেষকৈ যুৱ প্ৰজন্মৰ মাজত জনপ্ৰিয় দিপলীনা ডেকা। কোনো কোনোৱে অসমৰ জাতীয় ক্ৰাচ বুলিও অভিহীত কৰে দিপলীনাক! শেহতীয়াকৈ মোহময়ী দিপলীনাই ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰা এখন বিশেষ ফটোৱে হাহাকাৰ লগাইছে অনুৰাগীৰ মাজত।

তেখেতে লিখিছে ‘তোমাৰ হাতত হাত ধৰি আগুৱাম’, হেচটেগ- ভালপোৱা এটি নাম।‘ কিন্ত কণ্ঠশিল্পী গৰাকীয়ে সঁচাকৈয়ে তেখেতৰ প্ৰিয়জনক বিচাৰি পালে নে এয়া তেখেতৰ আহিবলগীয়া কোনো নতুন গীত এই কথা ৰহস্যৰ আৱৰ্ত্তত।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.