অসমদৈনিক বাতৰি

ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত কেইবাটাও স্থানত দেখা গ’ল বিলুপ্তপ্ৰায় শিহু…

ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত কেইবাটাও স্থানত দেখা গ'ল বিলুপ্তপ্ৰায় শিহু...

বিলুপ্তপ্ৰায় শিহুৰ বাবে বিখ্যাত ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান তথা লুইত নদী। লুইত নদীৰ কেইবাটাও স্থানত পুৱাৰ ভাগত দেখা গ’ল এই বিলুপ্তপ্ৰায় প্ৰাণীবিধক। উল্লেখ্য যে ২০২০ বৰ্ষত বাঘজান অইল বিস্ফোৰণ কাণ্ডৰ ফলত বহু শিহুৰ মৃত্যু হৈছিল। এই ঘটনাৰ পাছত বহু দিনলৈ এই শিহু দেখা পোৱা হোৱা নাছিল।

কিন্তু এতিয়া লুইত নদীৰ কেইবাটাও স্থানত এই প্ৰাণীবিধৰ অৱস্থিতি লাভ কৰাৰ খবৰে প্ৰকৃতিপ্ৰেমীক উৎসাহিত কৰি তুলিছে। বিলুপ্তপ্ৰায় প্ৰাণীবিধে বসবাস কৰা স্থানত একাংশ মাছমৰীয়াৰ মৎস্য চিকাৰ কৰা ঘটনাত উদ্বিগ্নতা প্ৰকাশ প্ৰকৃতিপ্ৰেমীৰ। বিলুপ্তপ্ৰায় প্ৰাণীবিধ সংৰক্ষণ কৰাৰ প্ৰয়োজন বুলি মত প্ৰকাশ সচেতন মহলৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

19 + 13 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.