অপৰাধঅসমদুৰ্ঘটনাদৈনিক বাতৰিভাৰতৰাজনৈতিক

প্ৰয়াগৰাজত গেংষ্টাৰ আটিক আহমেদক এনকাউণ্টাৰ

আটিকৰ ভাতৃ আশ্ৰফকো গুলীয়াই হত্যা

প্ৰয়াগৰাজত গেংষ্টাৰ আটিক আহমেদক এনকাউণ্টাৰ

আটিকৰ ভাতৃ আশ্ৰফকো গুলীয়াই হত্যা

সাংবাদিকৰ কেমেৰাৰ সন্মুখতে গুলীয়াই হত্যা দুয়োকে

আৰক্ষীয়ে স্বাস্থ্য পৰীক্ষাৰ বাবে নিছিল দুয়োকে

শূন্য দূৰত্বৰ পৰা গুলীয়াই হত্যা ২ মাফিয়াক

নিশা প্ৰায় ৮ বজাত এই হত্যাকাণ্ডৰ ঘটনা

ঘটনা সন্দৰ্ভত ৩জনক গ্ৰেপ্তাৰ UP আৰক্ষীৰ

গ্ৰেপ্তাৰ ছন্নী, লবলেছ তিৱাৰী, অৰুণ মৌৰ্য

ঘটনাস্থলীৰ পৰা ৩টা পিষ্টল উদ্ধাৰ আৰক্ষীৰ

উদ্ধাৰ এখন বাইক, এটা কেমেৰা, নিউজ চেনেলৰ লগ’

সংবাদকৰ্মী হৈ উপস্থিত আছিল অপৰাধী

ডিঙিত ওলমি আছিল সংবাদকৰ্মীৰ পৰিচয়পত্ৰ

ঘটনাৰ পিছতে মুখ্যমন্ত্ৰী যোগী আদিত্য নাথৰ জৰুৰ বৈঠক

ঘটনাৰ উচ্চস্তৰীয় তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

বৈঠকত তিনিজনীয়া তদন্ত কমিটী গঠন

বৰ্তমান উত্তৰ প্ৰদেশত ১৪৪ ধাৰা জাৰি

বন্ধ কৰি দিয়া হৈছে ইণ্টাৰনেট সেৱা

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.