অসম

অসম ক্ৰিকেট সন্থাৰ চতুৰ্থ সংখ্যক বিশেষ বঁটা প্ৰদান অনুষ্ঠান।

ৰাজ্যৰ কেইবাটাও ক্লাৱক ১ লাখৰ পৰা ৫ লাখ টকালৈকে আৰ্থিক অনুদান প্ৰদান

অসম ক্ৰিকেট সন্থাৰ চতুৰ্থ সংখ্যক বিশেষ বঁটা প্ৰদান অনুষ্ঠান। বৰ্ষাপাৰা ষ্টেডিয়ামৰ প্ৰেক্ষাগৃহত আয়োজিত এই অনুষ্ঠানত ৰাজ্যৰ কেইবাটাও ক্লাৱক ১ লাখৰ পৰা ৫ লাখ টকালৈকে আৰ্থিক অনুদান প্ৰদান কৰা হয়।

আনহাতে কেইবাজনো ক্ৰিকেটাৰক বঁটা হিচাপে প্ৰদান কৰা হয় ৫০ হাজাৰ টকাৰ পৰা ডেৰ লাখ টকা পৰ্যন্ত। ক্ৰিকেটাৰসকলক উৎসাহিত কৰাৰ বাবে গ্ৰহণ কৰা হৈছে এই পদক্ষেপ। অনুষ্ঠানত অসম ক্ৰিকেট সন্থাৰ সভাপতি বিধায়ক তৰংগ গগৈৰ লগতে উপস্থিত থাকে ACAৰ কেইবাজনো শীৰ্ষ বিষয়ববীয়া।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four × 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.