অসমগুৱাহাটীচিকিৎসাদৈনিক বাতৰিভাৰতস্বাস্থ্য

ৰাজ্যত জাপানীজ এনকেফেলাইটিৰ আতংক, ৰূপহীহাটৰ জুৰীয়াত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ এজনৰ মৃত্যু

ৰাজ্যত জাপানীজ এনকেফেলাইটিৰ আতংক

ভিন্ন প্ৰান্তত বৃদ্ধি JE ৰ সংক্ৰমণ

নিতৌ ন ন অঞ্চলত JE ত আক্ৰান্ত বহুজন

ৰূপহীহাটৰ জুৰীয়াতো JEত আক্ৰান্ত এজনৰ মৃত্যু

দীঘলীআটি গাঁৱৰ ছাফিকুল ইছলাম নামৰ যুৱকৰ মৃত্যু

GMCH ত চিকিৎসাধীন হৈ আছিল যুৱকজন

চফীৰ বুলি সমাজত পৰিচিত সৰ্বৰহী উদীয়মান যুৱক জনৰ মৃত্যুত বৃহত্তৰ অঞ্চললৈ শোকৰ ছাঁ পৰে। উল্লেখ্য যে, বাৰিষা অহাৰ লগে লগে অসমত জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে। আনহাতে, জাপানীজ এনকেফেলাইটিছৰ পৰা ৰক্ষা পাবলৈ স্বাস্থ্য বিভাগে বৃহত্তৰ দীঘলীআটি অঞ্চলটোত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seven + 12 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.