leatest updateঅসমগুৱাহাটীদৈনিক বাতৰিভাৰত

এইবাৰ চোৰৰ টাৰ্গেট IPS বিষয়াৰ ঘৰ!

IPS বিষয়া তপন ডেকাৰ বাসগৃহত চোৰৰ তাণ্ডৱ।

দেশৰ চোৰাংচোৱা সংস্থাৰ মুৰব্বী তপন ডেকাৰ বাসগৃহত চুৰি। মহানগৰীৰ হেঙেৰাবাৰীৰ গোপালকৃষ্ণ পথত থকা শীৰ্ষ IPS বিষয়াগৰাকীৰ গৃহত মঙলবাৰে নিশা চোৰে চলায় চাফাই অভিযান। পৰিয়ালৰ কোনো লোক নথকাৰ সুযোগ গ্ৰহণ কৰে চোৰে। এই ঘটনাই বাৰুকৈয়ে অস্বস্তিত পেলাইছে মহানগৰ আৰক্ষীক। ইতিমধ্যে মহানগৰ আৰক্ষীয়ে শীৰ্ষ IPS বিষয়াগৰাকীৰ গৃহত নিয়োগ কৰিছে ৩টাকৈ হাউছ গাৰ্ড।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eighteen − ten =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.