Covid-19অসমজন্তুজীৱনশৈলীপৰিৱেশবন্যপ্ৰাণীভ্ৰমণমনোৰঞ্জন

পৰ্যটকৰ বাবে ভাল খবৰ! মুকলি হ’ল ওৰাং ৰাষ্ট্ৰীয় উদ্যান

আজি আনুষ্ঠানিকভাৱে পৰ্যটকৰ বাবে মুকলি হ'ল ওৰাং ৰাষ্ট্ৰীয় উদ্যান

আজি আনুষ্ঠানিকভাৱে পৰ্যটকৰ বাবে মুকলি হ’ল ওৰাং ৰাষ্ট্ৰীয় উদ্যান।

২০২১-২০২২ বৰ্ষৰ পৰ্যটক তথা দৰ্শনাৰ্থীসকলৰ বাবে আজি মুকলি কৰা হয় ওৰাং ৰাষ্ট্ৰীয় উদ্যান। আজৰি পৰা আনুস্থানিক ভাবে ৰাষ্ট্ৰীয় উদ্যান খনৰ নামৰ ফলক ওৰাং ৰাষ্ট্ৰীয় উদ্যান হিচাপে নামকৰণ কৰা হ’য়।

ৰাষ্ট্ৰীয় উদ্যানখন মুকলি কৰে মঙ্গলদৈৰ সাংসদ দিলীপ শইকীয়াই। ওৰাং ৰাষ্ট্ৰীয় উদ্যান আজিৰ পৰা ওৰাং ৰাষ্ট্ৰীয় উদ্যান হিচাপে পৰিচিত হ’ল।

ক’ভিডে ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰত প্ৰভাৱ পেলোৱাৰ পিছতে সম্পূৰ্ণ দুটা বছৰৰ পিছত ৰাষ্ট্ৰীয় উদ্যানখন মুকলি কৰা হয়৷ ওৰাং ৰাষ্ট্ৰীয় উদ্যানলৈ সকলো পৰ্যটক তথা দৰ্শনাৰ্থীক আমন্ত্ৰণ জনাই সাংসদ দিলীপ শইকীয়াই।

ৰাষ্ট্ৰীয় উদ্যানখনৰ আন্তঃগাঁঠনি নিৰ্মাণ কাম ইতিমধ্যে আৰম্ভ হৈছে। এচিয়া মহাদেশৰ ভিতৰতে আতাইতকৈ বাঘৰ ঘনত্ব বেছি এই ৰাষ্ট্ৰীয় উদ্যানৰখনত।

ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ ব্যঘ্ৰ প্ৰকল্প পৰ্যটনৰ এক নতুন সম্ভাৱনা। তাৰ বাবে অসম চৰকাৰে লৈছে বিশেষ পদক্ষেপ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fifteen + 18 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.