অসমদৈনিক বাতৰিস্বাস্থ্য

শাম কটা নাই ক’ৰোনাৰ বৰ্ধিত সংক্ৰমণ, ২৪ ঘণ্টাত নতুন সংক্ৰমিত ৬ হাজাৰ ১৫৫জন

শাম কটা নাই ক’ৰোনাৰ বৰ্ধিত সংক্ৰমণ, ২৪ ঘণ্টাত নতুন সংক্ৰমিত ৬ হাজাৰ ১৫৫জন

শাম কটা নাই ক’ৰোনাৰ বৰ্ধিত সংক্ৰমণ

বিগত ২৪ ঘণ্টাত নতুন সংক্ৰমিত ৬ হাজাৰ ১৫৫জন

একে সময়তে নতুনকৈ ১১জন আক্ৰান্তৰ মৃত্যু

ইয়াৰ পূৰ্বৰ দিনটোতো নতুনকৈ আক্ৰান্ত হৈছিল ৬ হাজাৰ ৫০জন

দেশজুৰি সক্ৰিয় আক্ৰান্ত ৰোগীৰ সংখ্যা ৩১ হাজাৰ ১৯৪ জনলৈ বৃদ্ধি

দেশজুৰি দৈনিক পজিটিভিটীৰ হাৰ ৫.৬৩% স্পৰ্শ

ক্ষিপ্ৰ হাৰত বৃদ্ধি পাইছে XBB.1.16 নামৰ অ’মিক্ৰণ ভেৰিয়েণ্ট

জেনম চিকুৱেন্সিং নিৰীক্ষণ কমিটীৰ এই ঘোষণা

বিগত ২২ মাৰ্চত ধৰা পৰিছিল এই ভেৰিয়েণ্টৰ তথ্য

দেশৰ ৫ ৰাজ্যত সৰ্বাধিক বৃদ্ধি ক’ৰোনাৰ শেহতীয়া সংক্ৰমণ

কেৰালা, মহাৰাষ্ট্ৰ, দিল্লী, হাৰিয়ানা, গুজৰাটত সৰ্বাধিক সংক্ৰমণ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five + thirteen =

Back to top button