অসমগুৱাহাটীদৈনিক বাতৰিপৰিৱেশবতৰভাৰত

আহি আছে সাগৰীয়া ধুমুহা ‘মিধিলি’, ঘূৰ্ণী বতাহক লৈ সতৰ্কতামূলক ব্যৱস্থা উপকূলীয় অঞ্চলত

আহি আছে সাগৰীয়া ধুমুহা ‘মিধিলি’

শুকুৰবাৰে ৮০ মাইল বেগত আহিছে ঘূৰ্ণী বতাহ

ঘূৰ্ণী বতাহক লৈ সতৰ্কতামূলক ব্যৱস্থা উপকূলীয় অঞ্চলত

উত্তৰ-পশ্চিম বংগোপসাগৰত সৃষ্ট নিম্ন চাপৰ পৰাই ঘূৰ্ণী

তীব্ৰ বেগত আগুৱাইছে ভূ-খণ্ডলৈ

ভাৰত, বাংলাদেশৰ উপকূলীয় অঞ্চল ক্ষতিগ্ৰস্ত হোৱাৰ আশংকা

বাংলাদেশৰ খেপুপাৰা উপকলীয় অঞ্চলত ঘূৰ্ণী বতাহৰ প্ৰভাৱ সৰ্বাধিক

পশ্চিম বংগ, ওড়িশা, বাংলাদেশত মজলীয়া-পাতলিয়া বৰষুণ

অসমকে ধৰি উত্তৰ-পূবতো পৰিব ইয়াৰ প্ৰভাৱ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

11 − 9 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.