অসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

নতুন দিল্লীত কাৰ্বি শান্তি চুক্তিসমুহ ৰূপায়ন কৰাৰ ওপৰত আলোচনা সিদ্ধি

কাৰ্বি আলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী তুলিৰাম ৰংহাংৰ নেতৃত্বত পৰিষদৰ সদস্য সকলে সাক্ষাত কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক।

নতুন দিল্লীত কাৰ্বি আলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী তুলিৰাম ৰংহাংৰ নেতৃত্বত পৰিষদৰ সদস্য সকলে সাক্ষাত কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক।

প্ৰধানমন্ত্ৰীৰ সৈতে কাৰ্বি শান্তি চুক্তিসমুহ ৰূপায়ন কৰাৰ ওপৰত আলোচনা কৰে তুলিৰাম ৰংহাঙে।

কাৰ্বি আলং শ্বায়ত্বশাসিত পৰিষদৰ পুঁজি কেন্দ্ৰৰ পৰা প্ৰতক্ষ্যভাৱে পৰিষদলৈ হস্তান্তৰ কৰাৰ দাবী।

কাৰ্বি আংলঙৰ বিভিন্ন সমস্যাৰ বিষয়েও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অৱগত কৰে KAC ৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙে।

এই বিশেষ দলটোত তুলিৰাম ৰংহাঙৰ সৈতে আছে সাংসদ হৰেনছিং বে’, তিনিজনকৈ বিধায়ক তথা স্বায়ত্তশাসিত পৰিষদখনৰ কেইবাজনো পাৰিষদ তথা নেতা-কৰ্মী।

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.