AssamCity newsঅসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

এবছৰত গুৱাহাটীত নিলাম ২৩০০ কোটি টকাৰ অসম চাহ, গুৱাহাটী চাহ নিলাম কেন্দ্ৰত নিলাম ১১৫ নিযুত কিলো চাহ….

এবছৰত গুৱাহাটীত নিলাম ২৩০০ কোটি টকাৰ অসম চাহ

গুৱাহাটী চাহ নিলাম কেন্দ্ৰত নিলাম ১১৫ নিযুত কিলো চাহ

গুৱাহাটী চাহ নিলাম ক্ৰেতা সংস্থাৰ তথ্যত প্ৰকাশ

২০২৩-২৪ত বিত্তীয় বৰ্ষৰ তথ্য প্ৰকাশ

প্ৰতি কিলো চাহত গড় মূল্য ১৯৮.৫১ টকা লাভ

GOLDEN NEEDLE নামৰ বিশেষ চাহৰ নিলাম অভিলেখ মূল্যত

৬১ হাজাৰ টকা প্ৰতি কিলোত নিলাম GOLDEN NEEDLE

বিগত বৰ্ষত গুৱাহাটীত নিলাম হৈছিল ১১৪.৫ নিযুত অসম চাহ

গড় মূল্য লাভ কৰিছিল প্ৰতি কিলোত ২০১.১৪ টকা

সংবাদ প্ৰতিষ্ঠানক গুৱাহাটী চাহ নিলাম ক্ৰেতা সংস্থাৰ সচিব দীনেশ বিহানীয়ে জনোৱা মতে জলবায়ুৰ পৰিৱৰ্তনে অসমৰ চাহৰ গুৰগত মানদণ্ড আৰু উৎপাদনত প্ৰভাৱ পেলাইছে। উষ্ণতা বৃদ্ধি, আষ্কমিকভাৱে অহা বৰষুণ, অসময়ত অহা বৰষুণ আদিৰ বাবে উৎপাদন তথা গুণাগুণ প্ৰভাৱিত হৈছে। ইয়াৰ প্ৰভাৱ ৰপ্তানিৰ খণ্ডতো পৰিছে বুলি সচিব বিহানীয়ে জানিবলৈ দিয়ে। বিশেষকৈ এই বছৰটোত জলবায়ুৰ পৰিৱৰ্তনৰ লগতে যুদ্ধ-বিগ্ৰহৰ বাবেও দেশৰ চাহ উদ্যোগ নেতিবাচকভাৱে প্ৰভাৱিত হৈছে।

 

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five + 10 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.