AssamCMO AssamElectionHimanta Biswa Sarmaleatest updatepoliticalRegional

ডিমা হাচাওত কোনোধৰণৰ প্ৰত্যাহ্বান নোহোৱাকৈ পৰিষদ দখলৰ সম্ভাৱনা বিজেপিৰ।

কাইলৈ ডিমা হাচাওত প্ৰায় ১ লাখ ৪১ হাজাৰ ভোটাৰে দান কৰিব ভোট

কাইলৈ ডিমা হাচাও স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন

২৮ পৰিষদীয় সমষ্টিৰ ২২ সমষ্টিত ভোটগ্ৰহণ

৬টা সমষ্টিত বিনাপ্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত বিজেপি প্ৰাৰ্থী

পাহাৰীয়া জিলাখনত বিৰোধীৰ অৱস্থিতি প্ৰায় শূন্য

প্ৰত্যাহ্বান নোহোৱাকৈ পৰিষদ দখলৰ সম্ভাৱনা বিজেপিৰ

ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা বিষয়া, কৰ্মচাৰী

প্ৰায় ১ লাখ ৪১ হাজাৰ ভোটাৰে দান কৰিব ভোট

বিভিন্ন স্থানত দুই-এটা বিক্ষিপ্ত ঘটনা

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

ten + 3 =

Back to top button