অসমদুৰ্ঘটনাদৈনিক বাতৰিভ্ৰমণ

দুৰ্ঘটনা ৰোধৰ বাবে নতুন নিয়ম! সীমিত হ’ব যান-বাহনৰ গতিবেগ..

যাত্ৰীবাহী ৮ আসনযুক্ত বাহনৰ ক্ষেত্ৰত সলনি হ’ব নিয়ম

দুৰ্ঘটনা ৰোধৰ বাবে যান বাহনৰ গতি সীমিত কৰাৰ সিদ্ধান্ত

এইলৈ ৰাইজৰ পৰামৰ্শ অহাৰ পিছত কেবিনেটত সিদ্ধান্ত

৮ আসনযুক্ত বাহনৰ ৰাষ্ট্ৰীয় ঘাইপথত ১০০ কিঃমিঃ গতিবেগ

ৰাজ্যিক ঘাইপথত গতিবেগ হ’ব ৭০ কিঃমিঃ প্ৰতিঘণ্টাত

পৌৰ নিগম এলেকাত গতিবেগ হ’ব ৬০ কিঃমিঃ প্ৰতিঘণ্টাত

যাত্ৰীবাহী ৮ আসনযুক্ত বাহনৰ ক্ষেত্ৰত সলনি হ’ব নিয়ম

ডাঙৰ যাত্ৰীবাহী বাহনৰ ক্ষেত্ৰতো গতিবেগ সীমিত কৰা হৈছে

সামগ্ৰী পৰিবহণ বাহনৰ ক্ষেত্ৰত ফ’ৰলেন পথত ৭০ কিঃমিঃ

মটৰ চাইকেল আদিত সীমিত হ’ব গতিবেগ

৩চকীয়া বাহনসমূহৰ ক্ষেত্ৰতো সৰ্বাধিক ৫০ কিঃমিঃ গতিবেগ

এই সন্দৰ্ভত শীঘ্ৰে জাৰি কৰা হ’ব জাননী

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

14 + 9 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.