অপৰাধঅসমঅসম আৰক্ষীগুৱাহাটীদৈনিক বাতৰিৰাজনৈতিক

কাছাৰৰ কাটিগড়াত লোমহৰ্ষক ডকাইতি কাণ্ড, ৰাজপথত বাহন ৰখাই অস্ত্ৰধাৰী দুৰ্বৃত্তৰ সন্ত্ৰাস

নিশা দুই ভাতৃ এটা বিবাহৰ অনুষ্ঠান সামৰি ঘৰলৈ যোৱাৰ সময়ত কাটিগড়া TRK ৰোডৰ গোবিন্দপুৰ মন্দিৰৰ সম্মুখত তেওঁলোকৰ গাড়ী বন্ধ কৰি ডকাইতৰ দলে আক্ৰমণ চলায়।

কাছাৰৰ কাটিগড়াত লোমহৰ্ষক ডকাইতি কাণ্ড

ৰাজপথত বাহন ৰখাই অস্ত্ৰধাৰী দুৰ্বৃত্তৰ সন্ত্ৰাস

এখনৰ পাছত আনখন গাড়ী ৰখাই তাণ্ডৱ দলটোৰ

লুটপাত কৰি চোকা অস্ত্ৰৰে আক্ৰমণ দুৰ্বৃত্তৰ

লুটি লৈ যায় ম’বাইল ফোনসহ নগদ ধন

আক্ৰমণত আহত কাটিগড়াৰ চুফিয়ান আহমেদ বৰভূঞা

আহত সুজল পাল নামৰ আন এজন যুৱক

ডকাইতৰ আতংকত অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য

নিশা দুই ভাতৃ এটা বিবাহৰ অনুষ্ঠান সামৰি ঘৰলৈ যোৱাৰ সময়ত কাটিগড়া TRK ৰোডৰ গোবিন্দপুৰ মন্দিৰৰ সম্মুখত তেওঁলোকৰ গাড়ী বন্ধ কৰি ডকাইতৰ দলে আক্ৰমণ চলায়। ডকাইতৰ আক্ৰমণত সুফিয়ান গুৰুতৰ ভাবে আহত হয় আৰু সেনাবাহিনীৰ নিয়োগ পৰীক্ষালৈ যোৱাৰ সময়ত সুজল পাল নামৰ আন এক যুবকক একেইটা স্থানত গাড়ী ৰখাই অস্ত্ৰধাৰী ডকাইতৰ দলটোৱে আক্ৰমণ কৰি লুটপাট চলায়। এনেদৰে যোৱা নিশা একাধিক যানবাহন ৰখি ডকাইতৰ দলটোৱে লুটপাট চলায়৷ প্রতিখন গাড়ীৰ পৰা নগদ ধনসহ মোবাইল ফোন, সোণৰ অলংকাৰ লুটি লৈ যায় ডকাইতৰ দলটোৱে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 × 5 =

Back to top button