leatest updateSocialunivers

আন এক সু খবৰ। এইবাৰ মহাকাশলৈ যাব ৰবট ভূমিত্ৰা।

ভূমিত্ৰাক মহাকাশলৈ প্ৰেৰণৰ বাবে ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰিছে ISROই।

চন্দ্ৰযান-৩ৰ সফলতাৰ পিছতে দেশবাসীলৈ আন এক সু খবৰ। এইবাৰ মহাকাশলৈ যাব ৰবট ভূমিত্ৰা। ভূমিত্ৰাক প্ৰেৰণৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে ISROই।

ভূমিত্ৰা হৈছে এটা মহিলা ৰবট। অহা অক্টোবৰ মাহৰ প্ৰথম বা দ্বিতীয় সপ্তাহত ভাৰতে মহাকাশলৈ ভূমিত্ৰা নামৰ এটা মহিলা বৰটক মহাকাশলৈ প্ৰেৰণ কৰিব। প্ৰথমে এই মহিলা ৰবটটোক প্ৰেৰণ কৰাৰ পিচতহে ভাৰতে মহাকাশলৈ মানৱ মহাকাশচাৰী প্ৰেৰণ কৰিব। ২০২৪ বা ২০২৫ত ভাৰতে এই অভিযান চলাব।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

14 − 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.