অসমদৈনিক বাতৰি

কাৰ্বি পাহাৰত বন ধ্বংসযজ্ঞৰ অঘোষিত প্ৰতিযোগিতা, চৰকাৰী বিভাগৰ পৃষ্ঠপোষকতাতে অবাধ খনন

কাৰ্বি পাহাৰত বন ধ্বংসযজ্ঞৰ অঘোষিত প্ৰতিযোগিতা

কাৰ্বি পাহাৰত বন ধ্বংসযজ্ঞৰ অঘোষিত প্ৰতিযোগিতা

চৰকাৰী বিভাগৰ পৃষ্ঠপোষকতাতে অবাধ খনন

কাজিৰঙাত পাহাৰ খনন কৰি চলিছে নিৰ্মাণকাৰ্য

নিৰ্মাণ একলব্য ৰেচিডেঞ্চিয়েল স্কুল প্ৰজেক্ট

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জীৱকুললৈ ভাবুকি

উন্নয়নৰ নামত বন ধ্বংস কৰা নচলিব : প্ৰকৃতিপ্ৰেমী

এফালে গছপুলি ৰোপণ, আনফালে বন ধ্বংসযজ্ঞ।  কাজিৰঙাৰ দাঁতি কাষৰীয়া কাৰ্বি পাহাৰত অবাধ গতিত চলিছে খনন। একলব্য ৰেচিডেন্সিয়েল স্কুল প্ৰজেক্ট নিৰ্মাণৰ নামত চলোৱা এই ৱনধ্বংস যজ্ঞই ভাবুকি মাতিছে উদ্যানখনৰ জীৱকুললৈ। নিষেধাজ্ঞাৰ পিছতো কেনেকৈ চলিছে এই বন ধ্বসংযজ্ঞ। তাকে লৈ এতিয়া চৌদিশে প্ৰতিক্ৰিয়া। শীঘ্ৰে এই প্ৰকৃতি ধ্বংসযজ্ঞ ৰোধ কৰাৰ দাবী প্ৰকৃতিপ্ৰেমীৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fourteen + 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.