বলিউডবোলছবিভাৰত

সকলো ৰেকৰ্ড ভাঙিব নেকি ‘দ্য কাশ্মীৰ ফাইলছ’ ছবিখনে?

বিবেক ৰঞ্জন অগ্নিহোত্ৰী পৰিচালিত 'দ্য কাশ্মীৰ ফাইলছ' ছবিখনে চলচিত্ৰ প্ৰেমীৰ পৰা বিশেষ সহাঁৰি লাভ কৰিছে। ৩.২৫কোটি টকাৰে আৰম্ভলি কৰা ছবিখনে দ্বিতীয়টো দিনটো বিশেষ সহাৰি পাইছে

বিবেক ৰঞ্জন অগ্নিহোত্ৰী পৰিচালিত ‘দ্য কাশ্মীৰ ফাইলছ’ ছবিখনে চলচিত্ৰ প্ৰেমীৰ পৰা বিশেষ সহাঁৰি লাভ কৰিছে।
৩.২৫কোটি টকাৰে আৰম্ভলি কৰা ছবিখনে দ্বিতীয়টো দিনটো বিশেষ সহাৰি পাইছে।

বক্স অফিচ ইণ্ডিয়াৰ প্ৰতিবেদন অনুসৰি, ‘দ্য কাশ্মীৰ ফাইলছ’-এ ইয়াৰ দ্বিতীয় দিনটোত ৮.২৫কোটি টকা উপাৰ্জন কৰিছে।
কাশ্মীৰ ফাইলছ’ত কাশ্মীৰ বিদ্ৰোহৰ সময়ত কাশ্মীৰী হিন্দুসকলৰ প্ৰস্থানৰ বিবৰণ দিয়া হৈছে নাটকখনত।

ছবিখনে গুজৰাট, সৌৰাষ্ট্ৰ, পূব পঞ্জাৱ, দিল্লী আৰু উত্তৰ প্ৰদেশৰ বজাৰৰ পৰা যথেষ্ট সঁহাৰি লাভ কৰিছে।

দ্বিতীয় দিনা ছবিখনে ৩০০ শতাংশ দৰ্শক বৃদ্ধিৰে ৰেকৰ্ড গঢ়িছে। ‘দ্য কাশ্মীৰ ফাইলছে’ বৰ্তমান মুঠ ১১.৫০ কোটি টকাৰ উপাৰ্যন কৰিছে বুলি জানিব পৰা গৈছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seven + 17 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.