অপৰাধঅসম

আৰক্ষীৰ জালত পাঁচ দুৰ্ধৰ্ষ ডকাইত, ডকাইতৰ পৰা জব্দ হস্তনিৰ্মিত পিষ্টল

শুকুৰবাৰে নিশা নগাঁৱৰ হেৰাপট্টিৰ পৰা ডকাইতকেইটাক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে

ডকাইত, দালালৰ বিৰুদ্ধে সৰৱ অসম আৰক্ষী। সৰ্বসাধাৰণৰ মাজত সন্ত্ৰাসৰ সৃষ্টি কৰা ডকাইতক হাতে-লোটে ধৰিবলৈ দৃঢ়প্ৰতিজ্ঞ আৰক্ষী প্ৰশাসন।

এইবাৰ নগাঁৱত আৰক্ষীৰ জালত পাঁচ দুৰ্ধৰ্ষ ডকাইত। শুকুৰবাৰে নিশা নগাঁৱৰ হেৰাপট্টিৰ পৰা ডকাইতকেইটাক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। ধৃত ডকাইত কেইটা ক্ৰমে আইনুদ্দিন, সমীৰউদ্দিন, আব্দুল জলিল, আব্দুল কাদিৰ আৰু মজিবুৰ ৰহমান।

ডকাইতকইটাৰ পৰা জব্দ কৰা হৈছে হস্তনিৰ্মিত পিষ্টলসহ ছয় জাঁই সজীৱ গুলী। উল্লেখ্য যে, মাৰণাস্ত্ৰ সৰবৰাহৰ লগতো জড়িত আছিল ধৃত ডকাইতকেইটা। আনকি চুপাৰি কিলাৰৰ কামো কৰিছিল ধৃত ডকাইত কেইটাই।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nine + fourteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.