অপৰাধঅসমঅসম আৰক্ষীগুৱাহাটীদুৰ্ঘটনাদৈনিক বাতৰিভাৰত

নুনমাটি গণেশ মন্দিৰ পথত ভয়ংকৰ ঘটনা, স্কুটীত মৃতদেহ পেলাবলৈ অনা শিহৰণকাৰী দৃশ্য বন্দী CCTVত

দুৰ্বৃত্তই মাৰপিট কৰি হত্যা কৰিলে এজন যুৱকক....

নুনমাটি গণেশ মন্দিৰ পথত ভয়ংকৰ ঘটনা

দুৰ্বৃত্তই মাৰপিট কৰি হত্যা কৰিলে এজন যুৱকক

মৃত যুৱকজন বামুণীমৈদামৰ ৰোহিত দৰ্জী

স্কুটীৰে মৃতদেহ পেলাবলৈ আহোঁতে প্ৰত্যক্ষ স্থানীয়ৰ

ৰাইজৰ উমান পাই পলায়ন দুই দুৰ্বৃত্তৰ

ড্ৰাগ্ছৰ বাবেই এই হত্যাকাণ্ড সংঘটিত হোৱাৰ সন্দেহ

আৰক্ষীয়ে লাভ কৰিছে CCTVৰ ফুটেজ

বিজয়া জ্যোতি এপাৰ্টমেণ্টত এই হত্যাকাণ্ড

বিজয়া জ্যোতি এপাৰ্টমেণ্টত সংঘটিত এই হত্যাকাণ্ড। ফ্লেটটোৰ গৰাকী আছিল কাকলি বৰা নামৰ এগৰাকী মহিলা। কাকলি বৰাৰ পুত্ৰ শুভ্ৰজিৎ বৰাৰ সৈতে আছিল নিহত ৰোহিত দৰ্জী। হত্যা কৰি লিফটেৰে ৰোহিতক নমাই আনিছিল শুভ্ৰজিৎ বৰাই। স্কুটীৰে মৃতদেহ পেলাবলৈ নিয়াৰ সময়তে স্থানীয় লোকে প্ৰত্যক্ষ কৰে। বৰ্তমানেও পলাতক হত্যাকাৰী শুভ্ৰজিৎ বৰা।

 

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.