AssamEntertainmentscam

২৭ কেজি তামৰ তাৰেৰে নিৰ্মাণ দুৰ্গা দেৱীৰ প্ৰতিমা।

দুৰ্গা পূজাক লৈ ৰাজ্যজুৰি ব্যাপক প্ৰস্তুতি

সমাগত শাৰদীয় দুৰ্গা পূজা। দুৰ্গা পূজাক লৈ ৰাজ্যজুৰি ব্যাপক প্ৰস্তুতি। ব্যস্ততা বাঢ়িছে মৃৎ শিল্পীসকলৰো। ধুবুৰীতো মৃৎ শিল্পীসকলৰ ব্যস্ততা।

২৭ কেজি তামৰ তাৰেৰে নিৰ্মাণ দুৰ্গা দেৱীৰ প্ৰতিমা।

২৭ কেজি তামৰ তাৰেৰে প্ৰতিমা নিৰ্মাণ কৰি চমক দিবলৈ সাজু শিল্পী সঞ্জীৱ বসাক। বিগত প্ৰায় তিনিমাহৰ পৰা নিৰ্মাণ কৰি থকা দেৱী দুৰ্গাসহ সিংহ আৰু মহিশাষৰ সম্পূৰ্ণ অৱয়বৰ এই প্ৰতিমাটো সম্পূৰ্ণ হ’বলৈ আৰু এসপ্তাহ মান সময় লাগিব বুলি জনাইছে শিল্পী বসাকে।

২৭ কেজি তামৰ তাৰেৰে নিৰ্মাণ দুৰ্গা দেৱীৰ প্ৰতিমা।

উল্লেখ্য যে, যোৱাটো পূজাত পেলনীয়া একক ব্যৱহাৰ যোগ্য প্লাষ্টিকৰ চামোচেৰে প্ৰতিমা নিৰ্মাণ কৰি চৰ্চিত হৈছিল ব্যক্তিগৰাকী।

২৭ কেজি তামৰ তাৰেৰে নিৰ্মাণ দুৰ্গা দেৱীৰ প্ৰতিমা।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

12 − one =

Back to top button