অসম

প্ৰদান কৰা হ’ল অসমৰ সবোৰ্চচ অসামৰিক সন্মান, কোন কোন ব্যক্তিয়ে পালে এই সন্মান?

এই বঁটা প্ৰদান কৰে ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াই।

কলাক্ষেত্ৰত প্ৰদান কৰা হ’ল অসমৰ সৰ্বোচ্চ অসামৰিক সন্মান। অসম বৈভৱ, অসম গৌৰৱ, অসম সৌৰভ বঁটা প্ৰদান। এই বঁটা প্ৰদান কৰে ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াই। বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা।

এইবৰ্ষৰ অসম বৈভৱ বঁটা প্ৰদান বিশিষ্ট কৰ্কট ৰোগ বিশেষজ্ঞ ডাঃ তপন শইকীয়ালৈ। চিকিৎসা ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে তেওঁলৈ এই সন্মান।

ৰাজ্যৰ ৫গৰাকী বিশিষ্ট ব্যক্তিলৈ অসম সৌৰভ বঁটা। ভ্ৰাম্যমাণৰ বিশিষ্ট শিল্পী কৃষ্ণ ৰয়লৈ অসম সৌৰভ বঁটা। ফুটবলাৰ গিলবাৰ্টছন চাংমাইলৈ অসম সৌৰভ। কমনৱেলথ স্বৰ্ণজয়ী নয়নমণি শইকীয়ালৈ অসম সৌৰভ। অসম সৌৰভ বিজ্ঞানী বিনয় কুমাৰ শইকীয়ালৈও। বিশিষ্ট চিকিৎসক শশীধৰ ফুকনলৈও অসম সৌৰভ বঁটা।

ৰাজ্যৰ ১৫গৰাকী বিশিষ্ট ব্যক্তিলৈ অসম গৌৰৱ বঁটা। অসম গৌৰৱ বঁটাপ্ৰাপক ক্ৰমে শ্মশানবন্ধু ধৃতিমালা ডেকা, পশুপালক দেৱজিৎ বৰ্মন, টুৰিষ্ট গাইড ৰুষ্টম বসুমতাৰী, মাঞ্জেলালৈ অসম গৌৰৱ, প্ৰকৃতিবিদ বিনন্দ হাতীবৰুৱা, উদ্যোগী কল্যাণী ৰাজবংশী, আশাকৰ্মী শিলা গোৱালা, মীন পশুপালক পংকজলাল গগৈ , কৃষক সৰ্বেশ্বৰ বসুমতাৰী, যোগেশ দেউৰী, মাংথাং মাৰলৈ, ডেফ’ডিল কলেজৰ ফাউণ্ডাৰ ধ্ৰুৱজ্যোতি শৰ্মা, মুখাশি

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

sixteen + nineteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.