Covid-19অসমৰাজনৈতিক

ক’ভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি বিজয় ৰেলীত নিষেধাজ্ঞা প্ৰদান

ক’ভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি বিজয় ৰেলীত নিষেধাজ্ঞা প্ৰদান কৰা হৈছে। নিৰ্বাচনী আয়োগে এই নিষেধাজ্ঞা আৰোপ কৰিছে

আজি ঘোষণা হ’ব উপ-নিৰ্বাচনৰ ফলাফল।

ক’ভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি বিজয় ৰেলীত নিষেধাজ্ঞা প্ৰদান কৰা হৈছে। নিৰ্বাচনী আয়োগে এই নিষেধাজ্ঞা আৰোপ কৰিছে। তাৰোপৰি ক’ভিড পৰিস্থিতিৰ বাবে সমদলতো বাধা প্ৰদান কৰা হৈছে।

জয়ৰ প্ৰমাণপত্ৰ সংগ্ৰহৰ বাবে প্ৰাৰ্থীসহ মাত্ৰ দুজন লোকহে যোৱাৰহে অনুমতি দিয়া হৈছে।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seven + 15 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.