অসমৰাজনৈতিক

আজি ৫ সমষ্টিৰ উপ-নিৰ্বাচনৰ ফলাফল ঘোষণা

EVMত বন্দী হৈ আছে ৩১গৰাকী প্ৰাৰ্থীৰ ভাগ্য

আজি ৫ সমষ্টিৰ উপ-নিৰ্বাচনৰ ফলাফল ঘোষণা হ’ব। EVMত বন্দী হৈ আছে ৩১গৰাকী প্ৰাৰ্থীৰ ভাগ্য।

পুৱা ৮ বজাৰ পৰা কটকটীয়া নিৰাপত্তা বেষ্টনীৰে আৰম্ভ হ’ব ভোটগণনা।

৩০ অক্টোবৰত অনুষ্ঠিত হৈছিল উপ-নিৰ্বাচন-২০২১ৰ ভোটদান। মুঠ ৭ লাখ ৯৬ হাজাৰ ৪৫৬ ভোটাৰৰ ভিতৰত ভোটদান কৰিছিল ৫ লাখ ৮৭ হাজাৰ ৫৪৮জন লোকে

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 × 2 =

Back to top button