অসমদৈনিক বাতৰি

মণিপুৰৰ হিংসাজৰ্জৰ পৰিস্থিতিয়ে লৈছে ভংয়ংকৰ ৰূপ,পশ্চিম ইম্ফল জিলাৰ ফায়েঙত বিদ্ৰোহীৰ গুলীবৰ্ষণ

মণিপুৰৰ হিংসাজৰ্জৰ পৰিস্থিতিয়ে লৈছে ভংয়ংকৰ ৰূপ,পশ্চিম ইম্ফল জিলাৰ ফায়েঙত বিদ্ৰোহীৰ গুলীবৰ্ষণ

মণিপুৰৰ হিংসাজৰ্জৰ পৰিস্থিতিয়ে লৈছে ভংয়ংকৰ ৰূপ

গোষ্ঠী সংঘৰ্ষত ক্ৰমাৎ ৰক্তাক্ত হৈ পৰিছে মণিপুৰ

এখন গাঁৱত আক্ৰমণ একাংশ বিদ্ৰোহীৰ

পশ্চিম ইম্ফল জিলাৰ ফায়েঙত বিদ্ৰোহীৰ গুলীবৰ্ষণ

কাংকচিঙৰ চিগনোটোতো নিৰাপত্তাৰক্ষী-বিদ্ৰোহীৰ গুলীবৰ্ষণ

মাজনিশা শুই থকা অৱস্থাতে গুলীবৰ্ষণৰ ঘটনা

বিদ্ৰোহীৰ গুলীত এজন নিহত

গুলীবৰ্ষণত কেইবাজনো লোক আহত হোৱাৰ সন্দেহ

নিহত লোকজন আংগম বসন্ত ওৰফে ডক্টৰ চাও

পশ্চিম ইম্ফল জিলাৰ ভিন্ন প্ৰান্তত উত্তপ্ত পৰিস্থিতি

জিলাখনৰ চেকমাই, চেৰু অঞ্চলত বাসগৃহত অগ্নিসংযোগ

বিষ্ণুপুৰ জিলাতো কেইবাটাও বাসগৃহত অগ্নিসংযোগ

দুদিনীয়া কাৰ্যসূচীৰে হিংসাজৰ্জৰ মণিপুৰত সেনাপ্ৰধান

মণিপুৰত উপস্থিত সেনাপ্ৰধান মনোজ পাণ্ডে

মণিপুৰৰ জনতাৰে মত বিনিময় কৰিব সেনাপ্ৰধানে

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 × 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.