অসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

যোৰহাটত অন্য এক অসম যাত্ৰা, যাত্ৰাকালত অসম জাতীয় পৰিষদ সভাপতি লুৰিণজ্যোতি গগৈয়ে কয় ৰ্যে এইয়া অসমক এক কৰা যাত্ৰা

উল্লেখ্য যে, যাত্ৰাকালত অসম জাতীয় পৰিষদ সভাপতি লুৰিণজ্যোতি গগৈয়ে কয় ৰ্যে এইয়া অসমক এক কৰা যাত্ৰা।

কাৰণ জাতি ,ভাষা ,সংস্কৃতি আদি সংকটত পৰিছে।

এইসমূহ  সুৰক্ষিত কৰা স্বাৰ্থত অসম জাতীয় পৰিষদে সমগ্ৰ ৰাজ্যজুৰি আৰম্ভ কৰিছে এই যাত্ৰা।

পুনৰ গগৈয়ে কয় ৰ্যে আজি সংবিধান ,গনতন্ত্ৰ চতুৰ্থ স্তভত ওপৰত আক্ৰমণ চলিছে, আজি ৰাইজ সৰ্বহাৰা কাৰণ অত্যাৱশ্যকীয় সামগ্ৰী পাচগুন পযন্ত মুল্যবদ্বি ঘটিছে।

সেয়হে এতিয়া অসম বাসী ৰাইজ স্বতস্ভুত ওলাই আহিছে পৰিৱতণ আশাত।

 

 

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.