অসমদৈনিক বাতৰিভাৰত

মণিপুৰৰত উপস্থিত বিৰোধী মহাজোঁট I.N.D.I.A.

মণিপুৰৰত উপস্থিত বিৰোধী মহাজোঁট I.N.D.I.A.

মণিপুৰৰত উপস্থিত বিৰোধী মহাজোঁট I.N.D.I.A.

ইম্ফলত I.N.D.I.A.ৰ ২০জনীয়া প্ৰতিনিধি দল

দুদিনীয়া ভ্ৰমণসূচীৰে মণিপুৰত উপস্থিত দলটো

I.N.D.I.A.ৰ প্ৰতিনিধি দলত আছে সাংসদ গৌৰৱ গগৈ

TMCৰ সুস্মিতা দেৱ, DMKৰ কানিমুঝি, RGDৰ মনোজ ঝা

দলটোত আছে JD(U)ৰ ৰাজীৱ ৰঞ্জন সিং

মণিপুৰৰ প্ৰকৃত সত্য সংসদত তুলি ধৰাৰ উদ্দেশ্যেৰে এই যাত্ৰা

দলটোৱে পৰিদৰ্শন কৰিব কেইবাটাও আশ্ৰয় শিবিৰ

সংঘৰ্ষজৰ্জৰ কেইবাটাও এলেকা পৰিদৰ্শন কৰিব দলটোৱে

ৰাজ্যপালকো সাক্ষাৎ কৰাৰ সম্ভাৱনা দলটোৰ

মোদী চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱৰ পিছতেই এই ভ্ৰমণ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 × 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.