AssamInternationalleatest updatenationalঅসমআন্তঃৰাষ্ট্ৰীয়উৎসৱদৈনিক বাতৰি

আজি নাগালেণ্ডৰ ৰাজ্য প্ৰতিষ্ঠা দিৱস, ৬১সংখ্যক ৰাজ্য প্ৰতিষ্ঠা দিৱস পালন কৰিছে নাগালেণ্ডে

আজি নাগালেণ্ডৰ ৰাজ্য প্ৰতিষ্ঠা দিৱস, ৬১সংখ্যক ৰাজ্য প্ৰতিষ্ঠা দিৱস পালন কৰিছে নাগালেণ্ডে

আজি নাগালেণ্ডৰ ৰাজ্য প্ৰতিষ্ঠা দিৱস

৬১সংখ্যক ৰাজ্য প্ৰতিষ্ঠা দিৱস পালন কৰিছে নাগালেণ্ডে

১৯৬৩ চনৰ ১ ডিচেম্বৰত প্ৰতিষ্ঠা নাগালেণ্ডৰ

কোহিমাত ৰাজ্যিক কাৰ্যসূচী চৰকাৰৰ

মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’ৰ অভিবাদন গ্ৰহণ

ৰাজ্যবাসীক সম্বোধন মুখ্যমন্ত্ৰী ৰিঅ’ৰ

দুখনকৈ গুৰুত্বপূৰ্ণ আঁচনিৰ আৰম্ভণি আজি

বিদ্যালয় সুৰক্ষা, দুৰ্যোগ প্ৰশমন আঁচনিৰ আৰম্ভ

‘NAGALAND AT 60’ শীৰ্ষক ফটো প্ৰদৰ্শনীৰো আয়োজন

‘STATEHOOD DAY’ক  লৈ নাগালেণ্ডত উছৱমুখৰ পৰিৱেশ

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twelve − 11 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.