অসমদৈনিক বাতৰি

পাকিস্তানৰ প্ৰাক্তন মুখ্যমন্ত্ৰী পাৰভেজ ইলাহীৰ বাসগৃহত অভিযান, দুৰ্নীতিৰ গোচৰত জড়িতৰ অভিযোগ ইলাহীৰ বিৰুদ্ধে

পাকিস্তানৰ প্ৰাক্তন মুখ্যমন্ত্ৰী পাৰভেজ ইলাহীৰ বাসগৃহত অভিযান, দুৰ্নীতিৰ গোচৰত জড়িতৰ অভিযোগ ইলাহীৰ বিৰুদ্ধে

পাকিস্তানৰ প্ৰাক্তন মুখ্যমন্ত্ৰী পাৰভেজ ইলাহীৰ বাসগৃহত অভিযান

দুৰ্নীতিৰ গোচৰত জড়িতৰ অভিযোগ ইলাহীৰ বিৰুদ্ধে

নিশাৰ ভাগত চলিছিল আৰক্ষীৰ অভিযান

দেৱালৰ গেট ভাঙি ঘৰৰ ভিতৰত প্ৰৱেশ আৰক্ষীৰ দলৰ

পাৰভেজৰ পৰিয়ালৰ ১১ সদস্যক গ্ৰেপ্তাৰ

গ্ৰেপ্তাৰ এগৰাকী ইলাহীৰ এজন কৰ্মচাৰীকো

১২ কোটি টকাৰ কেলেংকাৰিত অভিযুক্ত প্ৰাক্তন মুখ্যমন্ত্ৰী ইলাহী

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.