অৰ্থনৈতিক

Twitterৰ পিছত এইবাৰ Coca Cola ক্ৰয় কৰিব এলন মাস্কে! কিন্তু কিয় Coca Colaত কোকেইন মিহলাব মাস্কে?

টুইটাৰ ক্ৰয় কৰাৰ পিছত এইবাৰ কোকা-কোলা ক্ৰয়ৰ মন মেলিছে এলন মাস্কে। অকল সেয়াই নহয়, কোকা-কোলাত কোকেইন মিহলাব বুলি মন্তব্য কৰিছে

টুইটাৰ ক্ৰয় কৰাৰ পিছত এইবাৰ কোকা-কোলা ক্ৰয়ৰ মন মেলিছে এলন মাস্কে। অকল সেয়াই নহয়, কোকা-কোলাত কোকেইন মিহলাব বুলি মন্তব্য কৰিছে। অৱশ্যে এই কথা ধেমালী কৰি মাস্কে টুইট কৰিছে আৰু ‘টুইটাৰক আটাইতকৈ আমোদজনক স্থান কৰি তুলিব’ বুলিও কৈছে।

মাস্কৰ টুইটত কোনো কোনোৱে লিখিছে যে “আপুনি মেকড’নাল্ড ক্ৰয় কৰক আৰু ইয়াৰ সকলো আইচক্ৰীম মেচিন ঠিক কৰক’।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.