Covid-19অসম

স্বাধীনতা দিৱসৰ বাবে নতুন SOP জাৰি, কি ঘোষণা চৰকাৰৰ?

স্বাধীনতা দিৱস উদযাপন কৰাৰ ক্ষেত্ৰত চৰকাৰে ঘোষণা কৰিছে কেইটামান নতুন নিয়ম

সমাগত ৭৫ সংখ্যক স্বাধীনতা দিৱস। স্বাধীনতা দিৱসৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলিছে ব্যাপক প্ৰস্তুতি। স্বাধীনতা দিৱস উদযাপন কৰাৰ ক্ষেত্ৰত চৰকাৰে ঘোষণা কৰিছে কেইটামান নতুন নিয়ম।

News SOP

১)ৰাজ্যৰ ভিন্ন প্ৰান্তত মুকলি ঠাইত আয়োজন কৰা স্বাধীনতা দিৱসৰ অনুষ্ঠানত ১৫০০তকৈও অধিক লোক উপস্থিত থাকিব নোৱাৰিব।

২)জিলা পৰ্যায়ত মুকলি ঠাইত আয়োজন কৰা অনুষ্ঠানত ৫০০ জনতকৈ অধিক লোক উপস্থিত থাকিব নোৱাৰিব।

৩)মহকুমা পৰ্যায়ৰ উদযাপনত ৩০০ জনতকৈ অধিক লোক উপস্থিত থাকিব নোৱাৰিব।

৪) যিকোনো বিকেন্দ্ৰীৰণ স্থানত ২০০তকৈ অধিক লোকৰ সমাগম হ’ব নোৱাৰিব।

৫)যিকোনো বন্ধ গৃহ, অডিটৰিয়ামত ৫০%তকৈ অধিক লোক একেলগ হ’ব নোৱাৰিব। য’ত ২০০ লোকৰ আসন থাকিব।

৬)যিসকল ব্যক্তিয়ে স্বাধীনতা দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিব, সেইসকলক যুগ্ম-অযুগ্ম বাহন ব্যৱহাৰৰ ক্ষেত্ৰত ৰেহাই দিয়া হ’ব।

৭)অনুষ্ঠানৰ সময়ত মাস্ক পৰিধান কৰা, চেনিটাইজাৰ ব্যৱহাৰ কৰা আৰু সামাজিক দূৰত্ব মানি চলাটো বাধ্যতামূলক।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eleven − 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.