AssamCity newsCMO Assamnationalpoliticalঅসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

বিধানসভাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ কিছু গুৰুত্বপূৰ্ণ মন্তব্য, সবিশেষ জানো আহক…..

বিধানসভাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য

এয়া অসমৰ স্বৰ্ণিল যুগ : মুখ্যমন্ত্ৰী

৩ বছৰত ৰাইজৰ উন্নয়নৰ বাবে বহু পদক্ষেপ লোৱা হৈছে

বিশ্ব ৰেকৰ্ডৰ দ্বাৰা বিহু সমগ্ৰ বিশ্বতে পৰিচিত হ’ল

লাচিত বৰফুকনৰ কথা দেশবাসীয়ে গম পাইছে

চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য ঘোষণা কৰা হ’ল

যোৰহাটৰ জে’লখন সুন্দৰকৈ সজোৱাৰ চেষ্টা কৰা হ’ল

ৰংঘৰৰ সৌন্দৰ্যবৰ্দ্ধন কৰা হ’ল

ব্ৰহ্মপুত্ৰৰ ওপৰত কেইবাখনো দলং হ’ল

যোৱা তিনি বছৰত অসমত আন্দোলন হোৱা নাই

৭ হাজাৰ যুৱক-যুৱতী জংঘলৰ পৰা ঘূৰি আহিল

সকলোৱে এতিয়া অখণ্ড অসমৰ কথা ভাবে : মুখ্যমন্ত্ৰী

‘ইতিহাসে ৰোমন্থন কৰিব এই চৰকাৰক’

যোৱা বছৰ এজনো আৰক্ষীৰ মৃত্যু হোৱা নাই

পথভ্ৰষ্ট উগ্ৰপন্থীৰো মৃত্যু হোৱা নাই অসমত

গঁড়ৰ চোৰাং চিকাৰীৰ মৃত্যুত বহুতে কান্দিছে

কিন্তু গঁড়কেইটাৰ মৃত্যুত তেওঁলোকে কন্দা নাই

এইখন চৰকাৰে ড্ৰাগ্ছৰ বিৰুদ্ধে কম্প্ৰমাইজ নকৰে

বাগিচাৰ ভোটেৰে বহু বিধায়ক হ’ল, মন্ত্ৰী হ’ল

কিন্তু বাগিচাৰ ৰাইজৰ বাবে কোনো কাম নকৰিলে

সদনত কংগ্ৰেছক তীব্ৰ আক্ৰমণ মুখ্যমন্ত্ৰীৰ

ৰাষ্ট্ৰীয় নেতাই যেতিয়া বেৰিকেড ভাঙিব

যুৱ প্ৰজন্মক উৎসাহিত কৰিব

তাতকৈ বেয়া কথা আৰু কি হ’ব পাৰে

ৰাহুল গান্ধীৰ নাম নোলোৱাকৈ তীব্ৰ আক্ৰমণ মুখ্যমন্ত্ৰীৰ

‘অসমৰ যুৱকক উচটনি দিবলৈ অসমলৈ আহিব নালাগে’

সদনত অসমৰ কথা আলোচনা নহয়

হিমন্ত বিশ্ব শৰ্মা হেলিকপ্টাৰত ঘূৰে সেয়াহে আলোচনা হয়

আপোনালোকে ৰে’লত উঠি দিল্লীলৈ যাই নেকি?

বিৰোধীক সদনতে প্ৰশ্ন কৰিলে মুখ্যমন্ত্ৰীয়ে

১ লাখ ৯৫ হাজাৰ ST, SCয়ে লাভ কৰিছে ভূমিপট্টা

মিছন বসুন্ধৰাৰ জৰিয়তে লাভ কৰিছে পট্টা

১ লাখ ৭৫ হাজাৰ মাইক্ৰ’ফাইনেন্স ঋণ ৰেহাই

২০২৬ত ১০০ৰ ওপৰত আসন লৈ গঠন হ’ব চৰকাৰ

চেঞ্চুৰি কোবাব ২০২৬ চনতঃ মুখ্যমন্ত্ৰী

অসমৰ অৰুণোদয়ে জগত জিনিব

 

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

ten + fifteen =

Back to top button