অসম

অসমলৈ অহাৰ পূৰ্বে প্ৰধানমন্ত্ৰীৰ বিশেষ টুইট, টুইটযোগে জনালে কাৰ্যসূচীৰ কথা…

ডিফু, ডিব্ৰুগড়ত কেইবাটাও গুৰুত্বপূৰ্ণ অনুষ্ঠানত অংশ ল'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

বৃহস্পতিবাৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোদী। প্ৰধানমন্ত্ৰীক আদৰিবৰ বাবে কাৰ্বিআংলং, ডিব্ৰুগড়ত সম্পন্ন হৈছে প্ৰস্তুতি প্ৰক্ৰিয়া। অসমলৈ অহাৰ পূৰ্বে টুইটযোগে প্ৰধানমন্ত্ৰীয়ে জনালে অসম অহাৰ কথা।

অসমত কি কি কাৰ্যসূচীত অংশ ল’ব সেয়াও টুইটযোগে জনালে প্ৰধানমন্ত্ৰীয়ে। ডিফু, ডিব্ৰুগড়ত কেইবাটাও গুৰুত্বপূৰ্ণ অনুষ্ঠানত অংশ ল’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eighteen − eighteen =

Back to top button