অসমআঞ্চলিকদৈনিক বাতৰি

দুৰ্নীতিগ্ৰস্ত বন বিষয়াৰ বিৰুদ্ধে শিমলীতোলাত প্ৰতিবাদ, উৎকোচ লৈ জব্দকৃত বাহন ওভোতাই দিয়াৰ অভিযোগ

দুৰ্নীতিগ্ৰস্ত বন বিষয়াৰ বিৰুদ্ধে শিমলীতোলাত প্ৰতিবাদ

দুৰ্নীতিগ্ৰস্ত বন বিষয়াৰ বিৰুদ্ধে শিমলীতোলাত প্ৰতিবাদ। খণ্ড বন বিষয়া কনক চন্দ্ৰ ডেকাৰ বিৰুদ্ধে প্ৰতিবাদ। উৎকোচ লৈ জব্দকৃত বাহন ওভোতাই দিয়াৰ অভিযোগ।বিষয়াগৰাকীক কঠোৰ শাস্তিৰ দাবী ৰাইজৰ।

উল্লেখ্য যে, ২০২২ চনৰ ৩০ ডিচেম্বৰত শিমলীতোলা খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ এটি দলে চোৰাং কাঠভৰ্তি এখন বলেৰো বাহন জব্দ কৰিছিল আৰু সেইখন কাৰ্যালয়তে মজুত ৰাখিছিল যদিও যোৱা কেইবাদিনৰ পৰা বলেৰো বাহনখন কাৰ্যালয়ত দেখা নাপাই স্থানীয় সচেতন লোকসকলৰ সন্দেহ ওপজে। বলেৰো বাহনখন নতুন থকা বাবে মালিকৰ পৰা ধনৰ লেনদেন কৰি পুৰণি এখন মেক্স পিক-আপ বাহন ৰাখি বলেৰোখন মালিকক ওভতাই দিয়ে। ইয়াতে খৰ্গস্ত হৈ বিষয়াগৰাকীৰ বিৰুদ্ধে প্ৰতিবাদত নামে স্থানীয় ৰাইজ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four × four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.