অৰ্থনৈতিকঅসমগুৱাহাটীদৈনিক বাতৰি

বিগ বজাৰ, ব্ৰেণ্ড ফেক্টৰীকে ধৰি গুৱাহাটীৰ কেইবাখনো শ্বপিং মলত ওলমিল তলা! কিন্তু কিয়?

ফিউচাৰ গ্ৰুপৰ পৰা বিগ বজাৰৰ সকলো স্বত্ত্ব ৰিলায়েন্স ৰিটেইললৈ

◾ৰিলায়েন্স ৰিটেইলে ক্ৰয় কৰিলে বিগ বজাৰ

◾ফিউচাৰ গ্ৰুপৰ পৰা বিগ বজাৰৰ সকলো স্বত্ত্ব ৰিলায়েন্স ৰিটেইললৈ

◾FBB, ব্ৰেণ্ড ফেক্টৰীও ক্ৰয় কৰিলে ৰিলায়েন্স ৰিটেইলে

◾ফিউচাৰ গ্ৰুপৰ দেশৰ প্ৰায় সকলো শ্বপিং মল ক্ৰয় ৰিলায়েন্স গ্ৰুপৰ

◾গুৱাহাটীৰ ফিউচাৰ গ্ৰুপৰ খন শ্বপিং মলত ওলমিল তলা

◾১ মাৰ্চৰ পৰা ৰিলায়েন্সৰ অধীনত চলিব এই শ্বপিং মলসমূহ

◾বন্ধ হোৱা প্ৰতিষ্ঠানৰ কৰ্মচাৰীক নতুন কোম্পানীত দিয়া হ’ব নিযুক্ত

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three × five =

Back to top button