Assam
বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ প্ৰথম খেলত পৰাস্ত লাভলীনা বৰগোঁহাই
খেলত পৰাস্ত হৈ বিস্ফোৰক অভিযোগ লাভলীনাৰ

বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ পৰা বাহিৰ হ’ল লাভলীনা বৰগোঁহাই। চেম্পিয়নশ্বিপৰ প্ৰথম খেলত পৰাস্ত লাভলীনা বৰগোঁহাই। প্ৰথম খেলত পৰাস্ত হৈ বিস্ফোৰক অভিযোগ লাভলীনাৰ। উচিত প্ৰশিক্ষক, ভাল প্ৰশিক্ষণ লাভ নকৰাৰ অভিযোগ। যোগ্য সহযোগী লাভ কৰা নাই বুলিও বিস্ফোৰক অভিযোগ লাভলীনাৰ।
সামাজিক মাধ্যমত এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল লাভলীনা বৰগোঁহাইয়ে। লাভলীনাৰ পোষ্টক লৈ প্ৰতিক্ৰিয়া লাভলীনাৰ গুৰু প্ৰশান্ত দাসৰ। ইংলেণ্ডৰ লিভাৰপুলত অনুষ্ঠিত বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ প্ৰথম খেলত পৰাস্ত হৈ বিস্ফোৰক অভিযোগ লাভলীনাৰ। উচিত প্ৰশিক্ষক, ভাল প্ৰশিক্ষণ লাভ নকৰাৰ লগতে ট্ৰেইনিঙৰ বাবে বিশ্বমানৰ যোগ্য সহযোগী লাভ কৰা নাই বুলি সামাজিক মাধ্যমত অভিযোগ লাভলীনাৰ।


