অৰুণাচল প্ৰদেশভাৰত

অৰুণাচল প্ৰদেশত সন্ধানহীন ভাৰতীয় সেনা জোৱান, হিমস্খলনত আৱদ্ধ ৭জন জোৱান…

বিগত কিছুদিন ধৰি অৰুণাচল প্ৰদেশৰ কামেঙত জলবায়ু পৰিৱৰ্তনৰ বাবে যথেষ্ট পৰিমাণে হৈছে হিমস্খলন হৈছে।

অৰুণাচল প্ৰদেশত আৱদ্ধ ভাৰতীয় সেনা জোৱান। ৬ ফেব্ৰুৱাৰীত অৰুণাচলৰ কামেং খণ্ডত টহল দি থকাৰ সময়তে হিমস্খলন হোৱাৰ ফলত আৱদ্ধ হৈ পৰে ৭জন ভাৰতীয় জোৱান। সেনা জোৱানকেইজনক উদ্ধাৰৰ বাবে দেওবাৰৰে পৰা আৰম্ভ হৈছে অভিযান। কিন্তু এতিয়ালৈকে জোৱানকেইজন উদ্ধাৰৰ বাবে সক্ষম হোৱা নাই।

উল্লেখ্য যে, বিগত কিছুদিন ধৰি অৰুণাচল প্ৰদেশৰ কামেঙত জলবায়ু পৰিৱৰ্তনৰ বাবে যথেষ্ট পৰিমাণে হৈছে হিমস্খলন।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eight − two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.