Internationalleatest update

এইবাৰ নৰমাংখৰ চুপ! বোৱাৰীৰ দেহৰ মঙহ চুপ বনাই খালে স্বামীগৃহই।

ফ্ৰীজৰ পৰা ওলিয়াই মাজে মাজে বনাই খালে চুপ।

হিংসা, হত্যাৰ ক্ষেত্ৰত যেন দেশ ৰাজ্য সকলো ফালৰ পৰা ক্ৰমান্বয়ে আগবাঢ়ি গৈ আছে। প্ৰতিদিনেই ন ন ঘটনা পোহৰলৈ আহিছে। তাৰেই মাজতে এইবাৰ পুনৰ সংঘটিত হল অন্য এক মানৱ সমাজত লজ্জানত কৰা জঘন্য ঘটনা। কিন্তু ক’ত সংঘটিত হ’ল এই জঘন্য কাণ্ড।

এইবাৰ স্বামীয়ে হত্যা কৰি মৃতদেহৰ অংশ লুকুৱাই ৰাখিলে ফ্ৰীজত। ফ্ৰীজৰ পৰা ওলিয়াই মাজে মাজে বনাই খালে চুপ। এই জঘন্য কাণ্ড সংঘটিত হ’ল চীনৰ হংকঙত। যুৱতীগৰাকীৰ নাম ‘আবি চয়’। বয়স ২৮।  তেওঁ আছিল চীনৰ এগৰাকী মডেল।

 

উল্লেখ্য যে, হংকঙৰ ২৮ বছৰীয়া মডেল ‘আবি চয়’ক বিগত বুধবাৰে অন্তিমবাৰৰ বাবে প্ৰত্যক্ষ কৰিছিল পূৰ্বৰ স্বামীৰ ভাতৃয়ে। তাৰ পাছতেই সন্ধানহীন হৈ আছিল মডেল গৰাকী। ৰবিবাৰে হংকং আৰক্ষীয়ে এখন গাঁৱত উদ্ধাৰ কৰে দুৰ্ভগীয়া আবি চয়ৰ শৰীৰৰ কিছু অংশ।

Abby Choi arrives at the Zuhair Murad Spring Summer 2023 Haute Couture show at Hotel Potocki in Paris, France, in January 2023.

আনহাতে, আৰক্ষীয়ে ইতিমধ্যে হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে পূৰ্বৰ স্বামীৰ ভাতৃ আৰু পিতৃ-মাতৃক। কিন্ত উল্লেখ্য যে, এতিয়াও পলাতক অৱস্থাত আছে স্বামী। অৱশ্যে আৰক্ষীয়ে বৰ্তমানপৰ্যন্ত অভিযান অৱ্যাহত ৰাখিছে।

এইবাৰ ফ্ৰীজত ওলাল ২৮ বছৰীয়া মডেলৰ মৃতদেহৰ টুকুৰা! হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ পূৰ্বৰ স্বামীৰ ভাতৃ আৰু পিতৃ-মাতৃক…

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 × one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.