leatest updateঅপৰাধঅসমগুৱাহাটীদৈনিক বাতৰিভাৰত

আদালতত হাজিৰ নোহোৱাকৈয়ে মনীষ চিছ’ডিয়াৰ চলিব গোচৰৰ বিচাৰ প্ৰক্ৰিয়া

সুৰা কেলেংকাৰি গোচৰত অভিযুক্ত হৈ কাৰাবাস খাটি আছে চিছ’ডিয়াই।

মনীষ চিছ’ডিয়ালৈ বৃহৎ সকাহ আদালতৰ। দিল্লীৰ কাৰাগাৰত কাৰাৰুদ্ধ হৈ আছে প্ৰাক্তন উপ-মুখ্যমন্ত্ৰীগৰাকী। সুৰা কেলেংকাৰি গোচৰত অভিযুক্ত হৈ কাৰাবাস খাটি আছে চিছ’ডিয়াই।

হিমন্ত বিশ্ব শৰ্মাই চিছ’ডিয়াৰ বিৰুদ্ধে তৰিছিল মানহানিৰ গোচৰ। আদালতত হাজিৰ নোহোৱাকৈয়ে চলিব গোচৰৰ বিচাৰ প্ৰক্ৰিয়া। কামৰূপ জিলা CJM আদালতৰ এই গুৰুত্বপূৰ্ণ ৰায়। মনীষ চিছ’ডিয়াৰ আবেদনৰ ভিত্তিত এই ৰায় আদালতৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fourteen − 2 =

Back to top button