অসমআঞ্চলিক

অসমৰ বৃহৎ গৰু বজাৰখনৰ পৰাই চলিছে গৰু ছিণ্ডিকেটৰ অবাধ বেহা।

দিনে-নিশাই গাড়ীয়ে গাড়ীয়ে গাড়ীয়ে সৰবৰাহ হয় হাজাৰ হাজাৰ গো ধন৷

অসমৰ বৃহৎ গৰু বজাৰখনৰ পৰাই চলিছে গৰু ছিণ্ডিকেটৰ অবাধ বেহা। বিহৰা বজাৰৰ মহলদাৰৰ নেতৃত্বত চলিছে ৰাজ্যৰ গৰুৰ অবৈধ তথা চোৰাং সৰবৰাহ৷ পশুধন সুৰক্ষা আইনে গৰুৰ আন্তঃজিলা সৰবৰাহত নিষেধাজ্ঞা আনি দিয়াৰ পাছতো বিহৰা বজাৰত সক্ৰিয় গৰু ছিণ্ডিকেট চক্ৰ।

দিনে-নিশাই গাড়ীয়ে গাড়ীয়ে গাড়ীয়ে সৰবৰাহ হয় হাজাৰ হাজাৰ গো ধন৷ বোকাখাতৰ বিহৰাৰ পৰা চাৰিখনকৈ আৰক্ষী থানা পাৰ হৈ নগাঁও পায়গৈ নথিপত্ৰবিহীন চোৰাং গৰু৷ একাংশ গো সৰবৰাহকাৰীৰ মন্তব্যত পোহৰলৈ আহিছে এই ভয়ংকৰ ছিণ্ডিকেটৰাজ। খোজ কঢ়াই আৰক্ষীৰ চকুৰ সন্মুখেৰে লৈ যায় গৰু। একাংশ গো সৰবৰাহকাৰীৰ মন্তব্য, খোজকঢ়াই নিলে আৰক্ষীয়ে নধৰে।

prathamkhabarnews

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.