অৰ্থনৈতিক

জনতাৰ মূৰত মাধমাৰ শোধাই ২৬৬ টকাকৈ বৃদ্ধি ৰন্ধন গেছৰ মূল্য!

দেশৰ ৰাজধানী দিল্লীত ১৯ কিলোগ্ৰামৰ বাণিজ্যিক চিলিণ্ডাৰৰ দাম আজিৰে পৰা হ'ল ২০০০.৫০ টকা। ইয়াৰ পূৰ্বে ১৭৩৪ টকা আছিল এই চিলিণ্ডাৰৰ দাম।

সৰ্বসাধাৰণৰ মূৰত মাধমাৰ শোধাই পুনৰ বৃদ্ধি পালে ৰন্ধন গেছৰ মূল্য। সোমবাৰে, বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য বৃদ্ধি পালে ২৬৬ টকাকৈ।

দেশৰ ৰাজধানী দিল্লীত ১৯ কিলোগ্ৰামৰ বাণিজ্যিক চিলিণ্ডাৰৰ দাম আজিৰে পৰা হ’ল ২০০০.৫০ টকা। ইয়াৰ পূৰ্বে ১৭৩৪ টকা আছিল এই চিলিণ্ডাৰৰ দাম।

তাৰোপৰি এলপিজি বাণিজ্যিক চিলিণ্ডাৰ এতিয়া মুম্বাইত ১৯৫০ টকা হোৱাৰ বিপৰীতে কলকাতাত ২০৭৩.৫০ হৈছেগৈ টকা । আনহাতে, চেন্নাইত ১৯ কিলোগ্ৰামৰ চিলিণ্ডাৰৰ মূল্য ২১৩৩ টকা।

অৱশ্যে, পূৰ্বে বৃদ্ধি পোৱা ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য বৃদ্ধি হোৱা নাই। বাণিজ্যিক চিলিণ্ডাৰৰ অনুপাতে ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম বৃদ্ধি কৰা হোৱা নাই।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

14 − five =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.