আন্তঃৰাষ্ট্ৰীয়জ্যোতিৰ্বিজ্ঞান

৫৮০ বছৰৰ পিছত আজি এক বিৰল মহাজাগতিক পৰিঘটনাৰ সাক্ষী হ’ব বিশ্ববাসী

শতিকাৰ ২২৮টা চন্দ্ৰগ্ৰহণৰ ভিতৰত এই চন্দ্ৰগ্ৰহণ হ'ব দীৰ্ঘতম

শুকুৰবাৰে, এক বিৰল মহাজাগতিক পৰিঘটনাৰ সাক্ষী হ’ব বিশ্ববাসী। ৫৮০ বছৰৰ পিছত বিশ্ববাসী সাক্ষী হ’ব  দীৰ্ঘতম চন্দ্ৰগ্ৰহণৰ।

দুপৰীয়া ১২ বাজি ৪৮ মিনিটৰ পৰা আৰম্ভ হ’ব এই চন্দ্ৰগ্ৰহণ। চন্দ্ৰগ্ৰহণৰ সময়ত চন্দ্ৰটোৰ প্ৰায় ৯৭% গ্ৰাস হ’ব।

৩ ঘণ্টা ২৮.২৩ চেকেণ্ড সময়লৈকে মহাজাগতিক পৰিঘটনাৰ সাক্ষী হ’ব বিশ্ববাসী। আনহাতে, চন্দ্ৰগ্ৰহণৰ পৰিসমাপ্তি ঘটিব ৪ বাজি ১৭ মিনিটত।

শতিকাৰ ২২৮টা চন্দ্ৰগ্ৰহণৰ ভিতৰত এই চন্দ্ৰগ্ৰহণ হব দীৰ্ঘতম, লগতে এয়া হৈছে বছৰটোৰ অন্তিমটো চন্দ্ৰগ্ৰহণ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 + twenty =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.