অসম

নতুন বছৰত বৃদ্ধি পাব মাটিৰ খাজনা, লগতে বাঢ়িব মাটিৰ ক্ষেত্ৰীয় মূল্য

জিলা পৰ্যায়ত পৃথকে পৃথকে নিৰ্ধাৰণ ভূমিৰ ক্ষেত্ৰীয় মূল্য

⚫নতুন বছৰত অসমত বৃদ্ধি পাব ভূমিৰ ক্ষেত্ৰীয় মূল্য

⚫লগতে বৃদ্ধি পাব মাটিৰ খাজনা

⚫ফ্লেটৰ ৰাজহৰ পৰিমাণো বৃদ্ধি

⚫জিলা পৰ্যায়ত পৃথকে পৃথকে নিৰ্ধাৰণ ভূমিৰ ক্ষেত্ৰীয় মূল্য

⚫কামৰূপ মহানগৰত ৭০ৰ পৰা ৩০০% পৰ্যন্ত মূল্যবৃদ্ধিৰ প্ৰস্তাৱ

⚫মহানগৰ জিলাৰ ৫ ৰাজহ চক্ৰ এলেকাত পৃথক মূল্য নিৰ্ধাৰণ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 × 3 =

Back to top button