অসমআঞ্চলিকগুৱাহাটীপৰ্যটন

গুৱাহাটীৰ চিৰিয়াখানাত অঘটন; ফাঁচ লাগি মৃত্যু এনি নামৰ জিৰাফজনীৰ

দানা খোৱা স্থানত ফাচি লাগি মৃত্যু হয় জিৰাফ জনীৰ

অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যানত অঘটন। বৃহস্পতিবাৰে গুৱাহাটীৰ চিৰিয়াখানাত মৃত্যু হয় এজনী জিৰাফৰ। ডিঙিত ফাঁচ লাগি মৃত্যু হয় জিৰাফজনীৰ।

দানা খোৱা স্থানতে ডিঙিত ফাঁচ লাগে এনি নামৰ মাইকী জিৰাফৰ। উল্লেখ্য যে, ডেৰ বছৰ পূৰ্বে বেংগলৰ চিৰিয়াখানৰ পৰা গুৱাহাটীল অনা হৈছিল এহাল জিৰাফ।

বৃহস্পতিবাৰে নিশা ১০.৩০ বজাতেই এনিৰ মৃত্যু হোৱা বুলি অনুমান কৰা হৈছে। অৱশ্যে কৰ্তব্যৰত কৰ্মচাৰীয়েও দেৰিকৈহে গম পায় জিৰাফজনীৰ মৃত্যুৰ খবৰ। DFO অশ্বিনী কুমাৰৰ গুৰুত্বহীনতাৰ বাবেই জিৰাফ জনীৰ মৃত্যু হোৱা বুলি অভিযোগ উঠিছে।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

13 − 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.