অপৰাধঅসমঅসম আৰক্ষী

কিমান সুৰক্ষিত মহানগৰবাসী? এইবাৰ মহানগৰৰ এপাৰ্টমেণ্টত প্ৰৱেশ কৰি ব্যৱসায়ীলৈ গুলীচালনা…

এইবাৰ ব্যৱসায়ীলৈ লক্ষ্য কৰি গুলীচালনা দুৰ্বৃত্তৰ

সুৰক্ষিত নহয় মহানগৰবাসী। মহানগৰীত সঘনাই সংঘটিত হৈছে অপৰাধৰ ঘটনা। সোমবাৰে মহানগৰীৰ ছাত্ৰীবাৰীত পুনৰ সংঘটিত হৈছে গুলীচালনাৰ ঘটনা।

 

এইবাৰ ব্যৱসায়ীলৈ লক্ষ্য কৰি গুলীচালনা দুৰ্বৃত্তৰ। বাইকত অহা দুই দুৰ্বৃত্তই গুলীয়ালে আদেশ যাদৱ নামৰ ব্যৱসায়ীজনক। গোপাল মেনছন এপাৰ্টমেণ্টৰ আবাসী অৱদেশ যাদৱ।

 

সোমবাৰে নিশা প্ৰায় ৯ বজাত এপাৰ্টমেণ্টৰ তৃতীয় মহলাত প্ৰৱেশ কৰি গুলীচালনা কৰে দুজনীয়া দুৰ্বৃত্তৰ দলে। ব্যৱসায়ীজনক গুলীয়াই বাইক এৰি ঘটনাস্থলীৰ পৰা পলায়ন দুৰ্বৃত্তৰ। গুলীবিদ্ধ অৱদেশ যাদৱক ততাতৈয়াকৈ মেটাৰনিটী হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে ব্যৱসায়ীজনে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three × 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.