অসমগুৱাহাটীৰাজনৈতিক

গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিল আম আদমি পাৰ্টীয়ে

১০টা ৱাৰ্ডত আম আদমি পাৰ্টীয়ে ঘোষণা কৰিলে প্ৰাৰ্থীৰ নাম

গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিল আম আদমি পাৰ্টীয়ে।
১০টা ৱাৰ্ডত আম আদমি পাৰ্টীয়ে ঘোষণা কৰিলে প্ৰাৰ্থীৰ নাম।
১নং ৱাৰ্ডত ফাৰুক আহমেদ,
২নং ৱাৰ্ডত বিতুৰাজ দাস, ১১নং ৱাৰ্ডত চিনু বড়ো,
২০নং ৱাৰ্ডত কাৰ্তিক সৰকাৰ,
২৬নং ৱাৰ্ডত জয়ন্ত বৰুৱা,
২৭নং ৱাৰ্ডত দেৱব্ৰত বসুমতাৰী,
২৯নং ৱাৰ্ডত দিতুল চন্দ্ৰ বৰুৱা,
৩৮নং ৱাৰ্ডত সৌমিক সেনগুপ্ত,
৫৯নং ৱাৰ্ডত সুদীপ্ত শৰ্মা
৬০নং ৱাৰ্ডত মিণ্টু মণি শৰ্মাক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে দলটোৱে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

19 + five =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.