অপৰাধঅসমঅসম আৰক্ষীগুৱাহাটীদুৰ্ঘটনাদৈনিক বাতৰিভাৰত

শিলচৰত ৫ সুৰামত্ত যুৱকৰ তাণ্ডৱ, সুৰামত্ত যুৱকৰ দলবদ্ধ আক্ৰমণত নিহত এজন

শিলচৰত ৫ সুৰামত্ত যুৱকৰ তাণ্ডৱ

সুৰাৰ আড্ডাত সামান্য কাজিয়াই ল’লে ভয়ংকৰ ৰূপ

সুৰামত্ত যুৱকৰ দলবদ্ধ আক্ৰমণত নিহত এজন

চোকা অস্ত্ৰৰ আক্ৰমণত মৃত্যু কৃষ্ণধন সিংহৰ

মৃত যুৱকজনৰ ঘৰ সোনাইৰ কাপ্তানপুৰত

হত্যাকাৰী ৫ যুৱকক গ্ৰেপ্তাৰ আৰক্ষীৰ

জানিব পৰা মতে, মঙ্গলবাৰৰ নিশা কৃষ্ণধন সিংহ আৰু তেওঁৰ এক সহপাঠী লক্ষীপুৰ ফুলেৰতল স্থিত এক সুৰাৰ আড্ডাত যায়। আৰু তাতে পাঁচ যুবকৰ লগত কিবা এটা বিষয় লৈ কৃষ্ণধন সিংহৰ কাজিয়াৰ সৃষ্টি হয় । পিছে স্থানীয় একাংশৰ হস্তক্ষেপত ঘটনাৰ মিমাংসা হয় যদিও পৰৱৰ্তী সময়ত পুনৰ কাজিয়াত লিপ্ত হয় দুই পক্ষ৷ এই কাজিয়াৰ পৰিণতিতে মৃত্যু ঘটে কৃষ্ণধন সিংহ নামৰ যুৱকজনৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four × one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.