অপৰাধঅসমঅসম আৰক্ষীগুৱাহাটীদুৰ্ঘটনাদৈনিক বাতৰিভাৰত

নিতৌ ৰে’লেৰে বহিঃৰাজ্যলৈ সৰবৰাহ হয় কিশোৰ-কিশোৰী, দুটা দিনত গুৱাহাটী ৰে’লৱে ষ্টেচনত উদ্ধাৰ ১৩ শিশু

পোহৰলৈ আহিছে শিশু সৰবৰাহৰ ভয়ংকৰ ঘটনা

শিশু সৰবৰাহৰ কৰিডৰত পৰিণত ৰে’লপথ!

নিতৌ ৰে’লেৰে বহিঃৰাজ্যলৈ সৰবৰাহ শিশু-কিশোৰ

দুটা দিনত গুৱাহাটী ৰে’ল ষ্টেচনত উদ্ধাৰ ১৩ শিশু

শনিবাৰে ষ্টেচনত উদ্ধাৰ দুই কিশোৰ-কিশোৰী

প্ৰলোভনেৰে বিশ্বনাথৰ কিশোৰক সৰবৰাহৰ অপচেষ্টা

লাহৰীজানতো এগৰাকী কিশোৰীক সৰবৰাহৰ অপচেষ্টা

কাম দিয়াৰ চলেৰে সৰবৰাহৰ অপচেষ্টা দুষ্ট চক্ৰৰ

GRPএ ১নং, ২নং প্লেটফৰ্মৰ পৰা উদ্ধাৰ কৰে দুয়োকে

শুকুৰবাৰে ষ্টেচনত উদ্ধাৰ কৰিছিল ১১টিকৈ শিশুক

ৰে’ল আৰক্ষীয়ে উদ্ধাৰ কৰি গতাই দিয়ে চাইল্ড লাইনক

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

11 + 17 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.